অসমগুৱাহাটী

গান্ধীমণ্ডপত পুনৰ উৰিল জাতীয় পতাকা


গুৱাহাটী,২১ নৱেম্বৰ :

এটা পষেকৰ অন্তত পুনৰ সগৌৰৱে উৰিল ভাৰতীয়ৰ বিজয়ধজ্জা জাতীয় পতাকা। উল্লেখযোগ্য যে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি ২অক্টোবৰত মহানগৰীৰ গান্ধীমণ্ডপত উত্তোলন কৰা হৈছিল দেশৰ তৃতীয় উচ্চতম জাতীয় পতাকা খন। কিন্তু মাত্ৰ কেইদিনমানৰ ভিতৰতে ফাটি গৈছিল ৪০০কে,জি,ওজনৰ জাতীয় পতাকাখন তাৰ পিছত উকা হৈছিল গান্ধীমণ্ডপ।

comments

টেগ
Show More

Related Articles

Close