ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শিক্ষা

ভাৰতৰ আটাইতকৈ কনিষ্ঠ আই পি এছ বিষয়া চাওঁ আহক

গুৱাহাটী,৫নৱেম্বৰ:

আমাৰ দেশৰ আটাইতকৈ যুৱ IPS বিষয়া  ২২ বছৰীয়া নুৰুল হাছান। তেখেত অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল । দাৰিদ্ৰতাকো নেওচি কঠোৰ পৰিশ্ৰমৰ ফলত মাত্ৰ ২২ বছৰ বয়সতে মহাৰাষ্ট্ৰৰ মুম্বাই আৰক্ষীৰ IPS বিষয়া হ’ল । তেখেতলৈ অভিনন্দন ।

comments

টেগ
Show More

Related Articles

Close