অসমক্ৰিকেটগুৱাহাটী

ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব চেলেঞ্জাৰ ট্ৰফীৰ বাবে নিৰ্বাচিত অসমৰ মহিলা ক্ৰিকেটাৰ

গুৱাহাটী,৪নৱেম্বৰ:

অসমৰ মহিলা ক্ৰিকেটৰ বাবে আহিল ভাল খবৰ। অসমৰ এগৰাকী সম্ভাৱনীয় মহিলা খেলুৱৈ গায়ত্ৰী গুৰুং ভাৰতীয় ১৯ বছৰৰ অনূৰ্ধ্ব চেলেঞ্জাৰ ট্ৰফীৰ বাবে নিৰ্বাচিত হৈছে। গায়ত্ৰীক অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁয়ে অভিনন্দন জনায়।

comments

টেগ
Show More

Related Articles

Close