অসমক্ৰীড়াৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অসমৰ চেমনীয়া মৃণ্ময় ৰাজখোৱা বিশ্ব দবাৰ ভাৰতীয় দলত

গুৱাহাটী,১নৱেম্বৰ:
অসমৰ চেমনীয়া দবাৰু মৃণ্ময় ৰাজখোৱা স্পেইনত অনুষ্ঠিত হ’ব লগীয়া ফিডে বিশ্ব কেডেট দবা প্ৰতিযোগিতাত ল’ৰাৰ ৮ বছৰ অনুৰ্ধ্বত প্ৰতিনিধিত্ব কৰাৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত হৈছে। চেমনীয়া দবা খেলুৱৈ গৰাকীয়ে থাইলেণ্ডত ২০১৮ চনত অনুস্থিত ফিডে এছীয় কেডেট ডবা আৰু ২০১৭ চনৰ ৰাষ্ট্ৰীয় ৭বছৰ অনুৰ্ধ্ব দবা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা সূত্ৰে বাছনি হৈছে।

comments

টেগ
Show More

Related Articles

Close