উত্তৰ পূৰ্বাঞ্চলৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ছিকিমত উন্মোচন কৰা হ’ব বিশ্বৰ সবাতোকৈ ওখ বুদ্ধৰ প্ৰতিমূৰ্তি

গুৱাহাটী,১নৱেম্বৰ:
আজি ছিকিমৰ পেলিঙত উন্মোচন কৰা হ’ব বিশ্বৰ সবাতোকৈ ওখ বুদ্ধৰ প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰী পৱন চামলিঙে উন্মোচন কৰিব ১৩৭ ফুট ওখ প্ৰতিমূৰ্তিটো। ২০০৯ চনত নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল এই প্ৰতিমূৰ্তিটোৰ।

comments

টেগ
Show More

Related Articles

Close