গুৱাহাটীশিক্ষা

ষ্টেচ্যু অৱ ইউনিটী’ৰ ১০টা জানিবলগীয়া কথা

গুৱাহাটী,১নৱেম্বৰ:

  1. ২৯৯০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় ষ্টেচ্যু অৱ ইউনিটী’ৰ।
  2. বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ‘ষ্টেচ্যু অৱ ইউনিটী’ । উচ্চতা ১৮২ মিটাৰ।
  3. ২০১০ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী থকাৰ সময়তে এই প্ৰকল্প ঘোষণা মোদীৰ।
  4. প্ৰতি ঘন্টাত ২২০কি:মি: বেগী ধুমুহাই ক্ষতি কৰিব নোৱাৰে প্ৰতিমূৰ্ত্তিটোৰ।
  5. ৬.৫ৰিখটাৰ স্কেলৰ ভূমিকম্পই ক্ষতি কৰিব নোৱাৰে ষ্টেচ্যু অৱ ইউনিটী’ৰ।
  6. নয়দাৰ ভাস্কৰ্য শিল্পী পদ্মভূষণ ৰাম ভি সূতাৰৰ নেতৃত্বত নিৰ্মাণ হয় প্ৰতিমূৰ্ত্তিটো।
  7. বল্লভ ভাই পেটেলৰ ২০০০ খন ছবি অধ্যয়ন কৰি প্ৰতিমূৰ্ত্তিটোৰ ডিজাইন কৰা হৈছে।
  8. ষ্টেচ্যু অৱ ইউনিটী’ৰ উচ্চত আমেৰিকাৰ ষ্টেচ্যু অৱ লিবাৰটী’তকৈ দুগুণ।
  9. পৰ্যটকৰ বাবে ষ্টেচ্যু অৱ ইউনিটী’ত দুখনকৈ এলেভেটৰৰ ব্যৱস্থা আছে।
  10. প্ৰতিমূৰ্ত্তিৰ ১৩৫ মিটাৰ উচ্চতাত দৰ্শকৰ বাবে আছে গেলাৰীৰ ব্যৱস্থা।

comments

টেগ
Show More

Related Articles

Close