অসমগুৱাহাটী

কাহিলিপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা

কাহিলিপাৰা ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ বাছ'ৰ ব্ৰেক ফেইল

গুৱাহাটী,৩১অক্টোবৰ:

কাহিলিপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা। কাহিলিপাৰা ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ বাছ’ৰ ব্ৰেক ফেইল। এছ 30 2152 নম্বৰৰ নীলা ৰঙৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগেৰে আহি প্ৰথমে খুন্দা মাৰে পথত কাষতে থকা ৰেলিঙ্গত পৰৱৰ্তী সময়ত এটা স্থানীয় লোকৰ ঘৰৰ ওপৰত বাগৰি পৰে বাছখন । গুৰুতৰ ভাৱে আহত হয় ড্ৰাইভাৰ।

comments

টেগ
Show More

Related Articles

Close