অসমউত্তৰ পূৰ্বাঞ্চল

উত্তৰ-পূবৰ কৃষক, শিল্পী আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে সুখবৰ

যোৰহাট,২৯অক্টোবৰ:

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কেন্দ্ৰৰ নিৰাশা জনক স্থিতিৰ মাজতে বিজেপিয়ে উত্তৰ পূবৰ বাবে দিলে এক ভাল খবৰ।

উত্তৰ-পূবৰ কৃষক, শিল্পী আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে সুখবৰ। যোৰহাটৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী চমুকৈ CSIR-NEISTত স্থাপন হ’ল STINER-TFC ভৱনৰ আধাৰশিলা। আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে,অনুষ্ঠানত স্থানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকে |

comments

টেগ
Show More

Related Articles

Close