অসমগুৱাহাটী

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰূপে শপত এ এছ বোপান্নাৰ

গুৱাহাটী,২৯ অক্টোবৰঃ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি অহা আজ্জিকুত্তিৰা সোমায়া বোপান্নাই। ৰাজভৱনৰ দৰবাৰ হলত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত ৯.৩০ বজাত শপত গ্ৰহণ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে।

comments

টেগ
Show More

Related Articles

Close