অসমগুৱাহাটী

গুৱাহাটীৰ জালুকবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান

গুৱাহাটী,২৯অক্টোবৰ:

গুৱাহাটীৰ জালুকবাৰীত অবৈধভাৱে দখল কৰা চৰকাৰী ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান। দীৰ্ঘদিনে অবৈধভাৱে দখল কৰিছিল চৰকাৰী ভূমি। আৰক্ষীৰ সহযোগত জিলা প্ৰশাসনৰ এই অভিযান। ১২ বিঘা চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাই প্ৰশাসনে। এই ভূমিতে চলিছিল বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপো।

ভিডিঅ’ উৎস news18assam

comments

টেগ
Show More

Related Articles

Close