অসমগুৱাহাটী

মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এজন অসমীয়া জোৱানে

গুৱাহাটী,২৯অক্টোবৰ:
মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ভাৰতীয় সেনাৰ এগৰাকী অসমীয়া জোৱানে। দাৰিদ্ৰৰে যুঁজি থকা সকলৰ বাবে কিবা এটা কৰাৰ হেঁপাহ। সেই হেঁপাহ অৱশেষত পূৰণ হ’ল।
নিজৰ দৰমহাৰ টকাৰে দৰিদ্ৰ লোকলৈ সহায়ৰ হাত আগবঢ়াইছে বিৰাজ হাজৰিকা নামৰ CISF জোৱানজনে। এতিয়ালৈকে দেশৰ প্ৰায় ১০ হাজাৰ শিশুৰ মুখত হাঁহি বিৰিঙাইছে জোৱানজনে।

comments

টেগ
Show More

Related Articles

Close