অসমগুৱাহাটী

আৰক্ষীৰ ৰোষত পৰিল আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা

৮৩ৰ ক’লা ইতিহাস ঘূৰাই অনাৰ হুংকাৰ দি আৰক্ষীৰ ৰোষত পৰিল হাজৰিকা

গুৱাহাটী,২৮অক্টোবৰ:

৮৩ৰ ক’লা ইতিহাস ঘূৰাই অনাৰ হুংকাৰ দি আৰক্ষীৰ ৰোষত পৰিল আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা। ২৪ অক্টোবৰত খিলঞ্জীয়া মঞ্চৰ সভাত উদাত্ত ভাষণ দি ঘৰে ঘৰে গৈ ৰাইজক উলিয়াই আনি ৮৩ৰ ক’লা ইতিহাস ঘূৰাই অনাৰ হুংকাৰ দিছিল হাজৰিকাই। ইয়াৰ পিছতে আৰক্ষীয়ে তৰা নিজাববীয়া গোচৰত আজি পাণবজাৰ থানাত জেৰাৰ সন্মুখীন হয় মৃণাল হাজৰিকা।

comments

টেগ
Show More

Related Articles

Close