ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়া

ফেচবুকে ভৰিব লাগিব জৰিমনা

গুৱাহাটী,২৮অক্টোবৰ:

ফেচবুকে ভৰিব লাগিব ৪.৭ কোটি টকাৰ জৰিমনা। ফেচবুকক ইয়াৰ ব্যৱহাৰকাৰীৰ তথ্যৰ অপব্যৱহাৰৰ অভিযোগত ব্ৰিটেনৰ তথ্য আয়োগৰ কাৰ্যালয়ে ৪.৭ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে। কেম্ব্ৰিজ এনালিটিকা কেলেংকাৰীত জড়িত থকাৰ অপৰাধত ফে’চবুকৰ ওপৰত এই জৰিমনা আৰোপ কৰা হৈছে।

comments

টেগ
Show More

Related Articles

Close