অসমক্ৰীড়াগুৱাহাটী

গুৱাহাটী নেহেৰু ষ্টেডিয়ামত আৰম্ভ হ’ল ২২ তম চেপাক টাক্ৰাও চেম্পিয়ন শ্বিপ

গুৱাহাটী,২৬অক্টোবৰ:
গুৱাহাটীত  শুক্ৰবাৰৰ পৰা আৰম্ভ হ’ল ২২ তম চেপাক টাক্ৰাও চেম্পিয়ন শ্বিপ। ২৫খন ৰাজ্যই যোগদান কৰা খেলখনত ৫০টা দলে অংশগ্ৰহণ কৰিব। খেলখন মহিলা আৰু পুৰুষৰ দুটা বেলেগ বেলেগ ইভেন্টত অনুস্থিত হ’ব।
শুক্ৰবাৰে বিয়লি ৩বজাত শুভাৰম্ভ কৰা হয় খেলখনৰ ।

আৰম্ভণি খেলৰ কিছু মূহুৰ্ত

আয়োজক সমিতিৰে হোৱা কথা বাৰ্তাত তেওঁলোকে জানিবলৈ দিয়ে খেলখনক লৈ বাহিৰৰ ৰাজ্যৰ পৰা অহা প্ৰতিনিধিয়ে বিশেষ সন্তোষ প্ৰকাশ কৰিছে। আগৰ খেলবোৰৰ তুলনাত এই খেল খনত থকা খোৱাৰ পৰা  আৰম্ভ কৰি সকলো ধৰণৰ সা- সুবিধা পোৱা বুলি জানিবলৈ দিয়ে।

comments

টেগ
Show More

Related Articles

Close