অসমগুৱাহাটীৰাজনীতি

অসমৰ ছাত্ৰ নেতাই আলফাত যোগদান কৰাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে, জেষ্ঠ অধিবক্তা উপামন্যু হাজৰিকা

গুৱাহাটী,২৬অক্টোবৰ:
  • অসমৰ ছাত্ৰ নেতাই আলফা যোগদান কৰাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা উপামন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া।
  • ‘কেবল পংকজয়েই নহয়, জাগুন, বিশ্বনাথ, ডিগবৈ, তিনিচুকীয়া আদি বহু অঞ্চলৰ যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ খবৰ আমাৰ হাতত আহিছে।’-এই বিস্ফোৰক মন্তব্য জেষ্ঠ অধিবক্তা জনৰ।
  • ‘পংকজে আলফাত যোগদান কৰাতো অশনি শংকেত, বৰ্তমান কোনো নেতা খিলঞ্জীয়াৰ পক্ষত নাই, কোনোবা যদি মুছলিম প্ৰৱজনকাৰীৰ পক্ষত, আন কোনো আকৌ হিন্দু প্ৰৱজনকাৰীৰ পক্ষত।’- মন্তব্য হাজৰিকাৰ।
  • ‘নেতৃত্বৰ বিফলতাৰ বাবে গণতান্ত্ৰিক ব্যৱস্থাক দোষ দি নৱ প্ৰজন্মই যোগদান কৰিছে আলফাত, বিগত সময়ত চৰকাৰৰ কাৰুকাৰ্যত অসন্তুষ্টহৈ যুৱচামে যোগদান কৰিছিল আলফাত, 30 বছৰৰ পিছত তাৰেই পুনৰাবৃত্তি ঘটা দেখা গৈছে, পুনৰ যদি অসমত অপাৰেশ্যন বজৰং-ৰাইন’ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হলে দায়ী হ’ব চৰকাৰ।’

comments

টেগ
Show More

Related Articles

Close