অসমগুৱাহাটী

গুৱাহাটীত আটক ধৃত ড্ৰাগছ মাফিয়া

গুৱাহাটী,২৬অক্টোবৰ:
  • মহানগৰীৰ সাতগাঁৱত ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ।
  • ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম হাইদৰ আলী।
  • বৃহস্পতিবাৰে নিশা ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰিৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চলাই অভিযান।
  • অভিযানত বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। দীৰ্ঘদিন ধৰি লোকজনে ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ।

comments

টেগ
Show More

Related Articles

Close