অসমগুৱাহাটীচিনেমা

দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয়টো দিন

গুৱাহাটী,২৬অক্টোবৰ:
  • দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিন।
  • ৫০খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা মহোৎসৱত প্ৰদৰ্শিত হ’ব দেশী-বিদেশী ৫০টা ভাষাৰ মুঠ ১০৮খন ছবি।
  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চাৰিটাকৈ প্ৰেক্ষাগৃহ আৰু জ্যোতি চিত্ৰবনত আজিৰ দিনটোত প্ৰদৰ্শিত হ’ব মুঠ ২১খন ছবি।
  • কেম্বদিয়া, ইৰান, ইণ্ডোনেছিয়া, লিথৱানিয়া, জৰ্জিয়া, ভিয়েটনাম, ইটালী, চাৰ্ভিয়া, অলবানিয়া, ম্যানমাৰ, হাংগেৰী, আৰ্জেণ্টিনাৰ ছবিৰ লগতে ৪খন ভাৰতীয় ছবি প্ৰদৰ্শিত হ’ব। ইয়াৰে দুখন হৈছে অসমীয়া ভাষাৰ।
  • বিদ্যুত কটকী পৰিচালিত ‘শৈশৱতে ধেমালিতে’ আৰু মনোজ বৰুৱা পৰিচালিত ‘এ ছিকৰেট ছাৰ্চ’ আজি প্ৰদৰ্শিত হ’ব।

comments

টেগ
Show More

Related Articles

Close