অসমগুৱাহাটী

গৃহৰক্ষী বাহিনীৰ নতুন সঞ্চালক ৰূপে নিযুক্তি দিয়া হয় পল্লৱ ভট্টাচাৰ্যক

গুৱাহাটী,২৫অক্টোবৰ:
  • গৃহৰক্ষী বাহিনীৰ নতুন সঞ্চালক ৰূপে নিযুক্ত দিয়া হয় পল্লৱ ভট্টাচাৰ্যক।
  • বিশেষ শাখাৰ সঞ্চালক প্ৰধান পদৰ পৰা বদলি কৰি দিয়া হৈছে এই দায়িত্ব।
  • এ. পি ৰাউটৰ স্থলাভিষিক্ত হ’ব পল্লৱ ভট্টাচাৰ্য।
  • ৩১ অক্টোবৰত গৃহৰক্ষী বাহিনীৰ সঞ্চালক পদৰ অৱসৰ গ্ৰহণ কৰিব এ. পি ৰাউটে।

comments

টেগ
Show More

Related Articles

Close