ঘোষণাপ্ৰযুক্তিৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ইণ্ডিয়ান ম’বাইল কংগ্ৰেছত মুকেশ আম্বানীৰ গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী,২৫অক্টোবৰ:
  • ভাৰত সকলোতকৈ দ্ৰুত গতিত বিকাশ লাভ কৰা দেশ। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দ্ৰুতগতিত হৈছে বিকাশ।
  • দ্ৰুত অৰ্থনৈতিক উথ্থানৰ দিশে আগবাঢ়িছে ভাৰত। এক দশকত ২৭ কোটি লোকৰ জীৱনৰ মান উন্নত। দৰিদ্ৰতাৰ পৰা মুক্ত হৈ আগুৱাইছে ২৭ কোটি লোক।
  • দেশত কম মূল্যতে উপলব্ধ জিঅ’ৰ ইন্টাৰনেটৰ সেৱা।
  • ২০২০লৈকে সমগ্ৰ ভাৰততে ৪জি সেৱা প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
  • প্ৰতিগৰাকী গ্ৰাহক সংযোগ হ’ব ৪জি নেটৱৰ্কেৰে।
  • ৪জি সেৱাৰ পিছত এইবাৰ ৫জিৰ বাবে সাজু ভাৰত।
  • জিঅয়ে দেশজুৰি সম্প্ৰচাৰিত কৰিছে গীগা ফাইবাৰ নেটৱৰ্ক।
  • এই মন্তব্য ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ।

comments

টেগ
Show More

Related Articles

Close