গুৱাহাটী

বিশেষভাৱে সক্ষম শিল্পী সকলৰ এক নতুন যাত্ৰা

গুৱাহাটী,২৫অক্টোবৰ:
বিশেষভাৱে সক্ষম হ’লেও নিজৰ যাদুকৰী কণ্ঠৰে অসমবাসীক গীতৰ অনন্য সোৱাদ দিবলৈ সাজু হৈছে এটা দল। শ্ৰোতাৰ গুণগুণনি শীৰ্ষক এই শিল্পীৰ দলটোৱে অসমৰ ভিন্ন অনুষ্ঠানত পৰিৱেশন কৰিব অসমীয়া ন-পুৰণি গীত। ৰাজ্যৰ ভিন্ন স্থানৰ প্ৰতিভাৱান বিশেষভাৱে সক্ষম ১৩ জন শিল্পীক লৈ গঠন কৰা হৈছে এই শ্ৰোতা দলটো।

comments

টেগ
Show More

Related Articles

Close