অসমক্ৰীড়াগুৱাহাটী

গুৱাহাটীত ২২তম চেপাক টাক্ৰাও চেম্পিয়নশ্বিপ

গুৱাহাটী,২৫অক্টোবৰ:
গুৱাহাটীত ২৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ২২ তম চেপাক টাক্ৰাও চেম্পিয়ন শ্বিপ। ২৫খন ৰাজ‍্যই যোগদান কৰিব লগা খেলখনত ৫০টা দলে অংশগ্ৰহণ কৰিব। খেলখন মহিলা আৰু পুৰুষৰ দুটা বেলেগ বেলেগ ইভেন্টত অনুস্থিত হ’ব। বৰ্তমান সময়লৈকে চণ্ডীগড় আৰু গোৱা  আহি উপস্থিত হৈছে। খেলুৱৈ সকলক ৰখাৰ বাবে বিশেষ হোটেলৰ ব‍্যৱস্থা কৰা হৈছে। বুধবাৰে সংবাদমেলত এই কথা জনালে অসম  চেপাক টাক্ৰাও এচছিয়েছনৰ উপ- সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই।
তিনিটা ইভেন্টত হ’ব খেলখনৰ ইভেন্ট কেইটা হৈছে টীম ইভেন্ট, ডাবল ইভেন্ট আৰু ৰেগ’ ইভেন্ট। মুঠ ৬০ লাখ টকাৰ বাজেটৰ খেলখনৰ বুধবাৰে সন্ধিয়ালৈ অসম দল ঘোষণা কৰা কোৱাৰ কথা কৈছে।

comments

টেগ
Show More

Related Articles

Close