অসম

দেৰগাঁৱৰ আছু নেতাই যোগ দিলে আলফা(স্বাধীন)ত‌

গুৱাহাটী,২৪অক্টোবৰ:

দেৰগাঁৱৰ আছু নেতাই যোগ দিলে আলফা(স্বাধীন)ত‌। দেৰগাঁৱৰ আছুৰ উপ-সভাপতি পংকজ প্ৰতিম দত্তই যোগদান কৰিলে আলফা(স্বাধীন)ত।  ছচিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’ৰ দ্বাৰা পোহৰলৈ আহিল আলফাত যোগদানৰ কথা।  হাতত আগ্নেঅস্ত্ৰ লৈ পংকজ প্ৰতিম দত্তৰ ঘোষনা কৰিলে – আলফা স্বাধীনতত যোগদানৰ বিকল্প নাই এতিয়া।  লগতে আছু নেতা -কৰ্মীক ভুল নুবুজিবলৈ আহ্বান পংকজ প্ৰতিম দত্তৰ।

comments

টেগ
Show More

Related Articles

Close