উত্তৰ পূৰ্বাঞ্চলৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বিশ্বৰ সৰ্বপ্ৰথম ১০০ শতাংশ জৈৱিক ৰাজ‍্য হিচাপে স্বীকৃতি লাভ ছিকিমৰ

গুৱাহাটী,২৪অক্টোবৰ:
  • ছিকিম পৃথিৱীৰ সৰ্বপ্ৰথম ১০০% জৈৱিক ৰাজ্য হিচাপে বেজ লাভ কৰিবলৈ সক্ষম হয়।
  • ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰৱণ চামলিংক পূব ছিকিমৰ ৰংপ’ৰ সমীপৱৰ্তী চহৰত উষ্ম আদৰণি জনায় কেবিনেট মন্ত্ৰী আৰু শতাধিক জনতাই।
  • বিগত সপ্তাহত ৰোম আৰু FAOৰ মুখ্য কাৰ্যালয়ত Future Policy Gold Award জিনি আজি ছিকিমলৈ উভতি আহিছিল মুখ‍্যমন্ত্ৰী গৰাকী।

comments

টেগ
Show More

Related Articles

Close