অসমগুৱাহাটীৰাজনীতিশেহতীয়া

জে পি চিৰ সদস‍্য মহম্মদ চেলিমৰ অভিযোগ

গুৱাহাটী,২৪অক্টোবৰ:
  • JPCক হেঁচা দি চৰকাৰে খৰখেদাকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচাৰিছে।’- এই বিস্ফোৰক অভিযোগ CPMৰ লোকসভাৰ সাংসদ মহম্মদ চেলিমৰ।
  • মঙলবাৰে হোৱা শুনানিত উপস্থিত আছিল JPCৰ সদস্য মহম্মদ চেলিম।
  • ‘বিগত অসম ভ্ৰমণত JPCৰ হৈ ময়েই শুনানিৰ বাবে অসমলৈ অহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো, কিন্তু আজিৰ বৈঠকত যি দেখা গ’ল তাৰ পৰা কব পাৰি যে JPC পুনৰ অসমলৈ যোৱাৰ পক্ষত নাই।’- মন্তব্য JPCৰ সদস্যগৰাকীৰ।
  • আজিৰ বৈঠকত গৃহ, আইন আৰু বিদেশ মন্ত্ৰণালয়ৰ প্ৰতিনিধিৰ পৰা মৌখিক উত্তৰ লোৱাৰো সুযোগো প্ৰদান কৰা নহ’ল বুলিও কয় মহম্মদ চেলিমে।

comments

টেগ
Show More

Related Articles

Close