অসমগুৱাহাটী

অসম বন্ধৰ প্ৰভাৱ

গুৱাহাটী,২৩অক্টোবৰ:
  • মহানগৰীৰ জালুকবাৰীৰ উৰণীয়া সেঁতুৰ ওপৰত প্ৰতিবাদ।
  • টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থকৰ।
  • মৰিয়নীৰ চেলেংহাটত পুনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰে’ল অৱৰোধ।
  • ডিব্ৰুগড়
  • ডিব্ৰুগড়, ৰঙিয়া নামনিমুৱা যাত্ৰীবাহী ৰে’ল অৱৰোধ  প্ৰতিবাদকাৰীৰ।
  • লখিমপুৰ ৰে’ল ষ্টেচনত ৰঙিয়া-মুৰ্কংচেলেক অভিমুখী যাত্ৰীবাহী ৰে’ল অৱৰোধ বন্ধ সমৰ্থকৰ।
  • প্ৰশাসনৰ হস্তক্ষেপত পিছত প্ৰতিবাদকাৰীয়ে মুকলি কৰি দিয়ে ৰে’লখন।
  • বাক্সাৰ মুছলপুৰ, তামুলপুৰ, শালবাৰী আৰু গোৰেশ্বৰতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

comments

টেগ
Show More

Related Articles

Close