অসমৰাজনীতি

বিজেপি বিধায়ক তেৰছ গোৱালাৰ পদত্যাগ

গুৱাহাটী,২৩অক্টোবৰ:

বিজেপি বিধায়ক তেৰছ গোৱালাৰ বিধায়ক পদৰ পৰা পদত্যাগ । তেৰছ গোৱালা দুলীয়াজান সমষ্টিৰ বিধায়ক। নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ পদত নিযুক্তিত খেলিমেলিৰ অভিযোগ। বলিন চেতিয়াক অসম গেছ কোম্পানীৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদত পদত্যাগ গোৱালাৰ। দলীয় সকলো দায়িত্বৰ পৰাও অ‍ব্যাহতি বিধায়কজনৰ।

comments

টেগ
Show More

Related Articles

Close