অসমগুৱাহাটীঘোষণা

মঙলবাৰে অসম গণ পৰিষদৰ বিশাল প্ৰতিবাদী সমদল

৫০ হাজাৰ লোকৰ সমাগম হ’ব বুলি দাবী অগপৰ

গুৱাহাটী,২২অক্টোবৰ:

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাইলৈ অসম গণ পৰিষদৰ বিশাল প্ৰতিবাদী সমদল। লতাশিলৰ পৰা চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈ উলিয়াব সমদল। সমদলত ৫০ হাজাৰ লোকৰ সমাগম হ’ব বুলি দাবী অগপ নেতৃত্বৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গৃহীত হ’ব নিদিয়ে বুলি দাবী কৰে অগপ নেতৃত্বই। এই ক্ষেত্ৰত তেওঁলোক যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আছে বুলি জনাই।

comments

টেগ
Show More

Related Articles

Close