অসমক্ৰীড়াৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অসম সন্তানলৈ মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ

গুৱাহাটী,২২অক্টোবৰ:
  • ৰাজ্যবাসীলৈ আন এক সু-খবৰ । শৰীৰ চৰ্চাত উজ্বলিল অসম সন্তান ।
  • WFF-WBBFয়ে আয়োজন কৰা MR WORLD খিতাপ দখল কৰিলে অসম সন্তান গোলাপ ৰাভাই ।
  • ২১ অক্টোবৰত ইউৰোপৰ লিথুৱানিয়াত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ।

  • বকোৰ কালিয়াবড়ীৰ গোলাপ ৰাভাই ইয়াৰ পূৰ্বে ২০১৭ আৰু ২০১৮ বৰ্ষত  MR.INDIA খিতাপ আৰু ২০১৮ বৰ্ষতে MR. ASIA খিতাপ  দখল কৰিছিল ।

comments

টেগ
Show More

Related Articles

Close