অসমক্ৰিকেটপৰ্যটন

জানুৱাৰীত অসমলৈ আহিব ভাৰতীয় তাৰকা খেলুৱৈ ৰোহিত শৰ্মা

গঁড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসমলৈ আহিব তাৰকা খেলুৱৈ গৰাকী

গুৱাহাটী,২২অক্টোবৰ:
  • জানুৱাৰীত অসমলৈ আহিব ভাৰতীয় তাৰকা খেলুৱৈ ৰোহিত শৰ্মা।
  • অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব ভাৰতীয় টীমৰ বিস্ফোৰক অপেনাৰ গৰাকী।
  • অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰিয়ে অসমলৈ আহিব তাৰকা খেলুৱৈ গৰাকী।
  • অসমৰ এশিঙীয়া গঁড়ৰ সজাগতা সৃষ্টিৰ উদ্দেশ্য অসমলৈ আহিব তেওঁ।
  • দেওবাৰে হোৱা বৰ্ষাপাৰাৰ খেলত ৰোহিত শৰ্মাই এই কথা জনালে অসমৰ ৰাইনো মেন জুলিন বৰুৱাক।

comments

টেগ
Show More

Related Articles

Close