অসমক্ৰিকেটক্ৰীড়া

বৰ্ষাপাৰাত ৰাইনো মেন

ৰাইনো মেনৰে বাৰ্তালাপ ক্ৰিকেট তাৰকা ৰোহিত শৰ্মাৰ

গুৱাহাটী,২১অক্টোবৰ:
  • বৰ্ষাপাৰাত ৰাইনো মেন। গড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে অভিনৱ প্ৰয়াস জুলিন বৰুৱা নামৰ এজন যুৱকৰ।
  • ৰাইনো মেন জুলিনৰ সৈতে বাৰ্তালাপ ক্ৰিকেট তাৰকা ৰোহিত শৰ্মাৰ।
  • জুলিনক সহযোগিতাৰ প্ৰতিশ্ৰুতি দি প্ৰয়োজন হ’লে কাজিৰঙালৈও আহিব বুলি মন্তব্য় ৰোহিত শৰ্মাৰ।
  • বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে গড়হত্যা ৰোধৰ প্ৰচেষ্টা যুৱকজনৰ।

comments

টেগ
Show More

Related Articles

Close