অসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীৰাজনীতিৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়াসাম্প্ৰতিক

উচ্চতম ন্যায়ালয়ে দিলে দেশৰ জনতাক সকাহ

অনিৰ্দিষ্টকাললৈ আধাৰ সংযোগৰ সময়সীমা বৃদ্ধি

ব্যুৰো, গুৱাহাটী, ১৩মাৰ্চঃ দেশৰ লক্ষ লক্ষ জনতাৰ বাবে এক যেন ডাঙৰ সকাহ। নাগৰিকসকলে নিজৰ নিজৰ বেংক একাউন্টৰ সৈতে আধাৰ আৰু ফোন নম্বৰ সংযোগ কৰাৰ সময়সীমা ৩১ মাৰ্চৰ পৰা অনিৰ্দিষ্টকাললৈ বঢ়াই দিলে দেশৰ সৰ্বোচ্চ ন্যায়পালিকাই।

উচ্চতম ন্যায়ালয়ে মঙ্গলবাৰে দিয়া এক ঐতিহাসিক ৰায় অনুসৰি ইউনিক আইডেনটিফিকেশ্চন নাম্বাৰ বেংকসেৱা, টটকাল পাছপৰ্ট আৰু মোবাইল ফোনৰ নতুন সংযোগৰ ক্ষেত্ৰত পৰৱৰ্তী ঘোষণা নিদিয়া পৰ্যন্ত বাধ্যতামূলক নহয়।

comments

টেগ
Show More

Related Articles

Close