Uncategorisedঅসমউত্তৰ পূৰ্বাঞ্চলগুৱাহাটীৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়শেহতীয়া

ইচ্ছামৃত্যুৰ সপক্ষে ঐতিহাসিক ৰায়দান উচ্চতম ন্যায়ালয়ৰ

গুৱাহাটী, ১১ মাৰ্চ: ভাৰতবৰ্ষৰ আইনৰ ইতিহাসত শেহতীয়াভাৱে এটি স্মৰণীয় ঘটনা সংযোজিত হৈছে। শুক্ৰবাৰে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ৰোগগ্ৰস্ত ব্যক্তিক কষ্টহীন মৃত্যুদান দিয়াৰ বাবে এক বিচাৰপীঠ গঠন কৰিছে।

ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ক্ৰমে- দীপক কুমাৰ মিশ্ৰ, এ কে চিক্ৰী, এ.এম খানউইলকাৰ, ডি ৱাই চন্দ্ৰচুড়, অশোক ভূষণৰ দ্বাৰা গঠিত এই বিচাৰপীঠত লোৱা সিদ্ধান্ত অনুযায়ী জঠৰ তথা অতিশয় গুৰুতৰ ৰোগত আক্ৰান্ত হৈ কষ্ট পাই থকা সম্ভ্ৰান্ত ব্যক্তি সকলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰি ইচ্ছামৃত্যু লাভ কৰিব পাৰিব। মৃত্যুৰ পূৰ্বে ইচ্ছুক ৰোগীয়ে ইচ্ছামৃত্যু পত্ৰ দাখিল কৰি এই নিয়ম পালন কৰিব পাৰিব।

comments

টেগ
Show More

Related Articles

Close