অসম

দিপাৱালীক লৈ অগ্নি নিৰ্বাপক বাহিনীৰ সংবাদ মেল

 

গুৱাহাটী:১৭অক্টোবৰ: দীপাৱলীত ১০ বজালৈহে ফুটাব পাৰিব আতচবাজী। ১০ বজাৰ পিছত আতচবাজী ফুটালে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা।আজি এই কথা সদৰী কৰে ৰাজ্যিক অগ্নি নির্বাপক বাহিনীয়ে ।মহানগৰীত এক সংবাদ মেলৰ জৰিয়তে এই কথা সদৰী কৰে ৰাজ্যিক অগ্নি নির্বাপক বাহিনীয়ে ।
দীপাৱলীত সকলোকে সুৰক্ষিত হোৱাৰ আহ্বান জনাই কয় যে অনুজ্ঞাপত্ৰ থকা বিপণীৰ পৰাহে আতচবাজী কিনক । লগতে দীপাৱলী উপলক্ষে সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে অগ্নিনিৰ্বাপক বাহিনী । তাৰোপৰি অগ্নি নির্বাপক বাহিনীৰ কৰ্মচাৰী সকলৰ ছুটী বাতিল কৰাৰ কথাও উল্লেখ কৰে ।

comments

Show More

Related Articles

Close