অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্র-পত্ৰ দিন ঘোষণা

 

গুৱাহাটী:১৬অক্টোবৰ:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰে ছেবাই । ৬ৰ পৰা ২২ নবেম্বৰলৈ চলিব প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া। অনলাইন যোগে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ছাত্র ছাত্ৰী সকলে । জানুৱাৰীত তত্ব ভিত্তিক বিষয় সমূহৰ ৰ পূৰ্বে ১২টা বিষয়ৰ প্ৰেক্টিকেল পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা সদৰী কৰে ছেবাই ।এইবেলি ছেবাই হ্ৰাস কৰিছে পৰীক্ষা মূল্যায়নৰ কেন্দ্ৰ। ৪০টাৰ ঠাইত এইবাৰ হ’ব ৩৪টা কেন্দ্ৰত মূল্যায়ন। ১৫০ শিক্ষাৰ্থীতকৈ কম হ’লে বাতিল হ’ব পৰীক্ষা কেন্দ্ৰ । আনহাতে এটা কেন্দ্ৰত থাকিব লাগিব কমেও ৪খন স্কুল।

comments

Show More

Related Articles

Close