অসম

অষ্ট্ৰেলিয়া ক্রিকেট দলক আক্ৰমণৰ ঘটনাক গৰিহণা পৰেশ বৰুৱাৰ

 

গুৱাহাটী:১১অক্টোবৰ: কোনো দুষ্টচক্ৰই অষ্ট্ৰেলিয়া ক্ৰিকেট দলক আক্ৰমণৰ ঘটনাই বিশ্বজুৰি তোলপাৰ সৃষ্টি কৰাৰ সময়তে উক্ত নিন্দিনীয় ঘটনাক তীব্র ভাষাৰে গৰিহণা জনাই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই । তেওঁ কয় যে এনে ঘটনাই লজ্জানত কৰিছে অসমবাসীক । ঘটনাৰ আঁৰৰ ব্যক্তিক চিনাক্ত কৰক ৰাইজে । আজি বিশ্ববাসীৰ সন্মুখত লজ্জিত হৈছে অসমবাসী।

comments

Show More

Related Articles

Close