অসম

জুবিন গাৰ্গৰ জামিন আবেদন মঞ্জুৰ

গুৱাহাটী:৬অক্টোবৰ:অধিবক্তা অৰূপ বৰবৰাৰ পুত্ৰক প্ৰহাৰ কৰাৰ গোচৰৰ ৰায়দানত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক দুটা গোচৰত তিনি মাহৰ কাৰাদণ্ড বিহিছে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । ভাৰতীয় দণ্ডবিধিৰ ৩২৩, ৫০৬ ধাৰাত দোষী সাব্যস্ত কৰাৰ লগতে জুবিনক ৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল আদালতে।অৱশ্যে উক্ত গোচৰত কণ্ঠশিল্পী গৰাকীয়ে আদালতত জামিন আবেদন কৰাত জামিন মঞ্জুৰ কৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ।

comments

Show More

Related Articles

Close