অসম

বিশ্বকাপ ফুটবলকলৈ প্ৰদূষণ নিয়ন্ত্ৰন বৰ্ডৰ বিশেষ জাননী

 

গুৱাহাটীৰ:৪অক্টোবৰ: বিশ্বকাপ ফুটবলক লৈ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে এক গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰিছে। খেলৰ আগনিশা ১২ বজাৰ পৰা খেল হোৱাৰ দিনা মাজনিশালৈ বিমানবন্দৰৰ পৰা খানাপাৰা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ সকলো উদ্যোগিক প্ৰতিষ্ঠান বন্ধ ৰখাৰ জাননী প্ৰেৰণ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে। সৰুসজাই ষ্টেডিয়ামৰ ২ কিলোমিটাৰ ব্যাসাৰ্ধৰ সকলো উদ্যোগিক প্ৰতিষ্ঠান বন্ধ ৰখাৰো নিৰ্দেশ।

comments

Show More

Related Articles

Close