অসম

ৰাজ্য জুৰি স্মৰণ জাতিৰ পিতা মহাত্মা গান্ধীজীক

 

গুৱাহাটী:২অক্টোবৰ:জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৪৯সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো জাতিৰ পিতা মহাত্মা গান্ধীজীক স্মৰণ কৰা হয় । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী মণ্ডপতো গান্ধী জয়ন্তী উদযাপন কৰা হয়।উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সাংসদ বিজয়া চক্ৰৱৰ্তী, আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহায়, উপায়ুক্ত এম অংগমুথুৰ লগতে বিধায়ক সিদ্ধাৰ্থ ভট্ৰাচৰ্যও।

comments

Show More

Related Articles

Close