অসম

২৮ ছেপ্টেম্বৰত বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

গুৱাহাটী:২৬ছেপ্টেম্বৰ:দুৰ্গমহোৎসৱৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে এন আই এক্ট অনুসৰি ২৮ ছেপ্টেম্বৰত অসমত মহাষ্টমী পূজাৰ উপলক্ষে বন্ধৰ দিন ঘোষণা কৰিছে । উক্ত দিনা বন্ধ থাকিব বেংক-বিত্তীয়ৰ লগতে সকলো কেন্দ্ৰীয় প্ৰতিষ্ঠান।

comments

Show More

Related Articles

Close