অসম

ষ্টেট বেংক অব ইণ্ডিয়াই হ্ৰাস কৰিলে জমাধনৰ নূন্যতম ধনৰাখিৰ পৰিমাণ

 

গুৱাহাটী:২৬ছেপ্টেম্বৰ: দুৰ্গমহোৎসৱ উপলক্ষে ষ্টেট বেংক অব ইণ্ডিয়াই কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।গ্ৰাহক সকলৰ ষ্টেট বেংক অব ইণ্ডিয়াই হ্ৰাস কৰিছে জমাধনৰ ন্যূনতম ধনৰাশিৰ পৰিমাণ। সৰ্বনিম্ন জমাধনৰ পৰিমাণ ৫ হাজাৰ টকাৰ পৰা ৩ হাজাৰ টকালৈ হ্ৰাস। পহিলা অক্টোবৰৰ পৰা প্ৰযোজ্য হ’ব এই নতুন নিৰিখ। গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন মহানগৰ শাখাত উপলব্ধ হব এই সুবিধা ।আজি এক প্ৰেছ বিবৃতিযোগ জনালে এই কথা সদৰী কৰে ইষ্টেট বেংক অব ইণ্ডিয়াই।

comments

Show More

Related Articles

Close