গুৱাহাটী

মালিগাঁও ফুটব্ৰীজ বন্ধ কৰিলে জি এম ডি এ

 

গুৱাহাটী:২৬ছেপ্টেম্বৰ:দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত আজি  মহানগৰ প্ৰশাসনে বন্ধ কৰি দিলে মালিগাঁৱৰ ফুটব্ৰীজ।উল্লেখযোগ্য যে ফুটব্ৰীজখন সুৰক্ষিত নহয় বুলি জি এম ডি এৰ পৰা এক জাননী লাভ কৰাৰ পিছতেই মহানগৰ প্ৰশাসনে হঠাত্‍ ফুটব্ৰীজখন বন্ধ কৰি দিয়ে।ইফালে ফুটব্ৰীজ বন্ধ কৰাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হোৱাৰ লগতে তীব্ৰ যানযতৰ সৃষ্টি হৈছে।

comments

Show More

Related Articles

Close