অসম

দুৰ্গোৎসৱত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

 

গুৱাহাটী:২৩ছেপ্টেম্বৰ:দুৰ্গোত্‍সৱৰ প্ৰাকক্ষণত অসম আৰক্ষীয়ো বিশেষ তৎপৰতা অৱলম্বন কৰিছে।দুৰ্গোৎসৱৰ সময়চোৱাত যাতে কোনো দুষ্টচক্ৰই অশুভ কাম সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ঠায়ে ঠায়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা।পূজাত অসামৰিক পোছাকত থাকিব আৰক্ষী বিষয়াসকল। দ্ৰোণযোগে নিৰীক্ষণ কৰা হব পূজা অনুষ্ঠিত হোৱা স্পৰ্শকাতৰ অঞ্চলসমূহ । আজি এই কথা সদৰী কৰে আৰক্ষী আয়ুক্ত হীৰেণ নাথে।

comments

Show More

Related Articles

Close