গুৱাহাটী

জি এছ ৰোডত খহি পৰিল হৰ্ডিং

 

গুৱাহাটী:২৩ছেপ্টেম্বৰ:মহানগৰীৰ সদাব্যস্ত ৰাজপথত খহি পৰিল হৰ্ডিং। গুৱাহাটীৰ শ্ৰীমন্ত্ শংকৰদেৱ পথ (জি এছ ৰোড)তএখন চিটীবাছৰ ওপৰত খহি পৰে হৰ্ডিংখন ।ৰাজীৱ ভবনৰ সমীপত সংঘটিত হোৱা এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বহুজনৰ । এই ঘটনা সংঘটিত হোৱাৰ পিছতে তীব্ৰ যান-যটঁৰ সৃষ্টি হয়।

comments

Show More

Related Articles

Close