উত্তৰ পূৰ্বাঞ্চল

বহিঃ ৰাজ্যৰে বিচ্ছিন্ন অসমৰ ৰেল চলাচল

২৫ছেপ্টেম্বৰৰ পৰা ৮অক্টোবৰলৈ ৰেল সেৱা বাতিল

গুৱাহাটী:২২:ছেপ্টেম্বৰ:অসম আৰু বিহাৰত সংঘটিত হোৱা বানপানীৰ পিছতেই বহিঃৰাজ্যৰ সৈতে অসমৰ ৰেল সেৱা বিচ্ছিন্ন হৈছে ।আজি উত্তৰ পূব সীমান্ত ৰেলৱে এই কথা সদৰী কৰিছে। অসম আৰু বিহাৰত বানত বিধ্বস্ত ৰেল পথ সমূহ পুনৰ নিৰ্মাণৰ বাবে ২৫ ছেপ্টেম্বৰ পৰা ৮ অক্টোবৰলৈ ৰেল চলাচল বন্ধ থাকিব। সৰ্বমুঠ ৪৫খন ৰে’লৰ যাত্ৰা সাময়িকভাৱে বাতিল কৰা হৈছে।

comments

Show More

Related Articles

Close