অসম

মহানগৰীত ডি ৱাই এফ আইৰ উত্তাল প্ৰতিবাদ

ৰাজ্যৰ সমস্যা সমূহ শীঘ্ৰে সমাধানৰ দাবী

 

গুৱাহাটী:২০ছেপ্টেম্বৰ:পৰিৱৰ্তন কামী চৰকাৰ খনে প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ সমস্যা সমূহ সমাধানত ব্যৰ্থ হোৱা বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰচনে। আজি মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত কৰ্মসংস্থানৰ সুবিধা প্ৰদান ,মূল্যবৃদ্ধি ৰোধ,বান গৰাখনিয়াত ক্ষতিগ্ৰস্ত সকলক সাহায্য প্ৰদান ,টেট আৰু ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা ,চৰকাৰী উদ্যোগত বি এড-ডি এল এড শিক্ষা সম্প্ৰসাৰণ কৰা ,ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহ শীঘ্ৰে প্ৰদেখিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাবস্ত্য কৰে। নিৰ্বাচনৰ পূৰ্বে বছৰি দুই কোটি নিবনুৱাক সস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰ খনক ক্ষুৰধাৰ সমালোচনা কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰচন চমুকৈ ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক নয়ন ভূঞাই ।

comments

Show More

Related Articles

Close