অসম

৫৫ হাজাৰ প্ৰাইভেট লিমিটেড কোম্পানীক অযোগ্য ঘোষণা কেন্দ্ৰৰ

উত্তৰ পূৱত ৬৭০টা দুই নম্বৰী কোম্পানী

 

ষ্টাফ ৰিপৰ্টাৰ:২০ছেপ্টেম্বৰ:দেশত অভাৱনীয় হাৰত বৃদ্ধি পোৱা দুই নম্বৰী কোম্পানীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে নভৰেন্দ্র মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ খন।উত্তৰ পূব ভাৰতৰ মুঠ ৬৭০ টা কোম্পানীক অযোগ্য ঘোষণা কৰাৰ লগতে সৰ্ব ভাৰতীয় স্তৰত মুঠ ৫৫ হাজাৰৰো অধিক দুই নম্বৰী কোম্পানীক অযোগ্য ঘোষণা কৰে আৰু শ্বিলঙৰ ১২০০ ডাইৰেক্টৰ লগতে মুঠ এক লাখৰো অধিক কোম্পানীৰ ডাইৰেক্টৰক অযোগ্য ঘোষণা কৰিছে কেন্দ্ৰই। তাৎপৰ্যপূৰ্ণ যে উক্ত দুই নম্বৰী কোম্পানী সমূহৰ ভিতৰত আছে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী নৱ দলেৰো নাম। মন্ত্ৰী নৱ দলেৰ পত্নীৰ নামত থকা আবুটানি মাৰ্কেনটাইল প্ৰাইভেট লিমিটেড আৰু আবুটানি হুইলছ প্ৰাইভেট লিমিটেড কোম্পানী দুটাক অযোগ্য ঘোষণা কৰে কেন্দ্ৰই ।ইয়াৰোপৰি চেঙা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শুকুৰ আলীৰ হেপী লাইফ এছএমএছ ৰিয়েলটৰ্ছ কোম্পানী,ৰাজেশ হিম্মতসিংকাৰ প্ৰতিষ্ঠান,
সঞ্জয় গোৱেংকা পৰিয়ালৰ কোম্পানীও অযোগ্য ঘোষণা কৰে কেন্দ্ৰই । উল্লেখযোগ্য যে উক্ত প্ৰতিস্থান সমূহে বিত্তীয় খতিয়ান ,বছেৰেকীয়া প্ৰতিবেদন দাখিল নকৰাৰ ফলত কোম্পানী আইনৰ 164(2)A ধাৰা উলংঘা কৰাৰো অভিযোগ আছে।
শ্বিলঙৰ ঠিকনা দেখুৱাই খোলা ভুৱা কোম্পানী সমূহ হল ,আবুটানি মাৰ্কেনটাইল প্ৰাইভেট লিমিটেড,আবুটানি হুইলছ প্ৰাইভেট লিমিটেড,শৰাইঘাট হস্পিতালছ প্ৰাইভেট লিমিটেড,ৰেডিয়েণ্ট মটৰ্ছ প্ৰাইভেট লিমিটেড,
জে এছ এনট্ৰেড প্ৰাইভেট লিমিটেড,সাৰদা ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড,সাৰদা ভৱন প্ৰাইভেট লিমিটেড,
সাৰদা গৃহ ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেড,
সাৰদা শ্বপিং আৰ্কেড প্ৰাইভেট লিমিটেড,সাৰদা চিটী স্পেচ প্ৰাইভেট লিমিটেড,সাৰদা আৰ্বান লেণ্ড ডেভেলপমেণ্ট প্ৰাঃ লিঃ,সাৰদা মেগা নিৰ্মাণ প্ৰাইভেট লিমিটেড,সাৰদা বিল্ড ক্ৰিয়েচন প্ৰাইভেট লিমিটেড,
পিবক’ ইণ্ডিয়া প্ৰাইভেট লিমিটেড,হেপী লাইফ এছএমএছ ৰিয়েলটৰ্ছ,
আছাম ভেলী এগ্ৰিকালচাৰ লিমিটেড,আছাম ভেলী এগ্ৰিকালচাৰ লিমিটেড,
যোৰহাট প্লেণ্টেচন প্ৰাইভেট লিমিটেড,অমৃত প্ৰজেক্ট এন ই লিমিটেড,জীৱন সুৰক্ষা এনাৰ্জী এণ্ড ইণ্ডাষ্ট্ৰীজ লিমিটেড,তালিকাত আছে নন্দিনী ভেনছাৰ্ছ ,ত্ৰিপুৰা ৰিয়েল ইষ্টেড এণ্ড কনষ্ট্ৰাকচনছ লিমিটেড,
নৰ্থ ইষ্ট ইঞ্জিনীয়াৰ্ছ কনষ্ট্ৰাকচনছ কোম্পানী প্ৰাঃলিঃ,সাৰদা ফোৰ্ট ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেড,কল্পতৰু ৰিয়েলকন ইণ্ডিয়া লিমিটেড,মাদনানী কনষ্ট্ৰাকচনছ কৰ্প’ৰেচন প্ৰাঃলিঃ,উপাসনা বিল্ডাৰ্ছ প্ৰাইভেট লিমিটেড,ফিউৰ’ৰ ইণ্ডিয়া ৰিয়েল ইষ্টেট লিমিটেড,নিৰুপমা বৰুৱা এণ্ড এছ’চিয়েটছ প্ৰাঃ লিঃ,
জয়শ্ৰী এন্ট্রেড প্ৰাইভেট লিমিটেড,দত্ত ইলেকট্ৰিকেলছ প্ৰাইভেট লিমিটেড ,অৰুণোদয় এপাৰ্টমেণ্টছ প্ৰাইভেট লিমিটেড,ঈষাণ কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড,জীৱন সুৰক্ষা মাৰ্কেনটাইল প্ৰাঃ লিঃ ,
বাইছন এন্ট্রেড প্ৰাইভেট লিমিটেড,লুইত ভেলী পেট্ৰ’কেম প্ৰাঃ লিঃ,
ঊষা দে’ মাৰ্কেটিং প্ৰাইভেট লিঃ,গুডবিল্ড আছাম মাৰ্কেটিং প্ৰাঃ লিঃ,ভাৰ্ছেটাছ টেকন’লজিছ প্ৰাঃ লিঃ ,সুজাতা উদ্যোগ প্ৰাইভেট লিমিটেড,অমৃত হোটেলছ উদ্যোগ প্ৰাঃ লিঃ,কলিয়াবৰ মেনৰ প্ৰাইভেট লিমিটেড,
ছিল্কৰুট হোটেল এণ্ড ৰিজ’ৰ্টছ প্ৰাঃ লিঃ,
মাখন ভোগ হোটেলছ প্ৰাইভেট লিমিটেড,
গ্ৰেণ্ড ৰয়েলছ হোটেলছ প্ৰাইভেট লিমিটেড,
বসুন্ধৰা এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেড,
ৰাজ কণ্টিনেণ্টল হোটেলছ প্ৰাইভেট লিমিটেড,
জাষ্ট যাত্ৰা হোলিডেইছ এণ্ড ৰিজ’ৰ্টছ প্ৰাঃলিঃ,
ছেভেন ছিষ্টাৰ্ছ এগ্ৰো ইণ্ডাষ্ট্ৰীজ লিঃ,অৰুণাচল হোলিডেইছ এণ্ড ৰিজ’ৰ্টছ প্ৰাঃলিঃ ,
জীৱন সুৰক্ষা ট্ৰেডিং এণ্ড প্ৰাঃ লিঃ,জীৱন সুৰক্ষা এছিওৰেন্স এজেন্সী প্ৰাঃলিঃ,মানস ইণ্ডিয়া ইষ্টেট ডেভেলপাৰ্ছ প্ৰাঃ লিঃ,শংকৰদেৱ কমাৰ্চিয়েল প্ৰাঃ লিঃ,পাটকাই বিল্ডাৰ্ছ প্ৰাইভেট লিমিটেড,
এমাৰেল্ড ইষ্টেটছ এণ্ড ছাৰ্ভিচেছ প্ৰাঃলিঃ,
আপাৰ আছাম হাউছিং প্ৰাঃলিঃ,জীৱন সুৰক্ষা ৰিয়েল ইষ্টেট লিমিটেড,ফিনিক্স প্ৰপাৰ্টিছ লিমিটেড,SEBA ৰিয়েল ইষ্টেট প্ৰাঃলিঃ,
গ্ৰীন ভেলী ৰিয়েল প্ৰজেক্টছ লিঃ,বৃন্দাবন বিল্ডাৰ্ছ প্ৰাঃলিঃ ,
স্কাই ৱেভ ইনফ’টেক ৰিয়েলিটী লিঃ,ফিউচাৰ প্ৰটেক্ট এণ্ড ইনভেছমেণ্ট প্ৰাঃলিঃ,অনজেইবি ইনফ’টেক প্ৰাঃলিঃ,
ইণ্ডাছ এছোচিয়েটছ এণ্ড কনচালটেণ্ট প্ৰাঃলিঃ,
ভেংগাৰ্ড ইণ্ডিয়া প্ৰাঃলিঃ,
গাৰ্গী এণ্ড এছোচিয়েট প্ৰাঃলিঃ,এলএনএল টেকন’লজী প্ৰাঃলিঃ,
ছাগিভিজ ডিষ্টিলেৰিষ্ট প্ৰাঃলিঃ,ছিঅ’ল ইণ্ডিয়া প্ৰাইভেট লিমিটেড,
আৰ্ক অনলাইন ছাৰ্ভিচেছ প্ৰাঃলিঃ,জেনিথ ইউটিলিটী ছাৰ্ভিচেছ প্ৰাঃলিঃ,এবিছ আছাম ফাইনেন্সিয়েল কনচাল্টেন্সী এণ্ড এজেন্সী ছাৰ্ভিচেছ প্ৰাঃলিঃ,এছএনবি এডু প্ৰাঃলিঃ,আছাম কম্পিউটাৰ ছাৰ্ভিচেছ প্ৰাঃলিঃ,সম্পূৰ্ণা কেন্দ্ৰ একাডেমীছ প্ৰাঃলিঃ,
ইউনিলাইফ মেডিকেল ছাৰ্ভিচেছ প্ৰাঃলিঃ,
হিমালয়া ইণ্ডাষ্ট্ৰীজ প্ৰাঃলিঃ,
নৰ্থ ইষ্টাৰ্ণ ফিল্মছ প্ৰাঃলিঃ,
ক্ৰিয়েটিভ ৰিলেচন প্ৰাঃলিঃ,
অ’চেন ষ্টাৰ ডাইভিং ছাৰ্ভিচেছ প্ৰাঃলিঃ ।

comments

Show More

Related Articles

Close