ক্ৰীড়া

ভাৰতবৰ্ষৰ মহিলা আৰ্চাৰীৰ শীর্ষত অসমৰ প্ৰমিলা দৈমাৰী

গুৱাহাটী:১৯:ছেপ্টেম্বৰ:ভাৰতবৰ্ষৰ মহিলা আৰ্চাৰীৰ শীৰ্ষস্থান দখলৰে অসমলৈ সুনাম কঢ়িয়াই আনিছে আৰ্চাৰী খেলুৱৈ প্ৰমীলা দৈমাৰীয়ে। প্ৰমিলাৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ক্ৰিয়া প্ৰেমী সকল।উল্লেখযোগ্য যে অহা ১৫-২০ অক্টোবৰত মেক্সিকোত অনুষ্ঠিত হ’ব লগা বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব প্ৰমীলাই। ইফালে খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায় গুৱাহাটী ছাই কেন্দ্ৰ আৰু অসম আৰ্চাৰী সন্থাই।

comments

Show More
Close