গুৱাহাটী

 মহানগৰীত শ্বেৱাৰ টেক্সিৰ নতুন কৈ দুটা পথ সম্প্ৰসাৰণ

 

গুৱাহাটী:১৯ছেপ্টেম্বৰ:মহানগৰীত জনতাৰ পৰিবহনৰ সুবিধাৰ্থে নিতৌ কেতবোৰ গুৰুত্বপূর্ণ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে।পুনৰ পৰিবহণ বিভাগ তোক এক প্ৰগতিৰ দিশে আগুৱাই নিবলৈ মেট্ৰ’ শ্বেয়াৰ টেক্সীৰ দুটাকৈ নতুন পথ সম্প্ৰসাৰণ কৰিছে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী য়ে ।এতিয়াৰে পৰা পাটৰকুছিৰ পৰা পাথৰকোঁৱেৰীলৈ চলা শ্বেয়াৰ টেক্সী এতিয়া চলিব বোন্দা-চপাইডঙলৈ। খানাপাৰাৰ পৰা বোন্দালৈ চলা শ্বেয়াৰ টেক্সী এতিয়া চলিব খানাপাৰাৰ পৰা কলিতাকুছিলৈ।

comments

Show More

Related Articles

Close