ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাত বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ

দিল্লী :১৮ছেপ্টেম্বৰ: ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে আজি আমেৰিকাত উপস্থিত হয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজ। লগতে ভাৰত-আমেৰিকা-জাপানৰ ত্ৰিপাক্ষিক বৈঠকতো ভাগ ল’‍ব বিদেশ মন্ত্ৰীগৰাকীয়ে।

comments

Show More

Related Articles

Close