অসম

কামপুৰত অজগৰ উদ্ধাৰ

 

কামপুৰঃ  নগাঁও জিলাৰ কামপুৰ বন বিভাগৰ অন্তৰ্গত চিমলাই বজাৰত পুৱাই এডাল অজগৰ সাপ উদ্ধাৰ হয় । উদ্ধাৰ হোৱা অজগৰ সাপ ডালৰ দৈৰ্ঘ্য ৬ ফুট বুলি জানিব পৰা গৈছে ।
আনহাতে প্ৰকাণ্ড অজগৰ সাপডাল চাবলৈ পুৱাই চিমলাই বজাৰত শতাধিক লোক সমবেত হয় । পাছত স্থানীয় লোকে অজগৰ ডাল কামপুৰ বন বিভাগক চমজাই দিয়ে।

comments

Show More

Related Articles

Close